ঢকুৱাখনা ঘিলামৰাবাসীলৈ সুখবৰ : "ইণ্ডিয়া বুক অফ ৰেকৰ্ডত" জিলিকিল ঘিলামৰা স্বাধীন গগৈ : মাত্ৰ ৩০ চেকেণ্ডত ১৪৬ টা শব্দ উচ্চাৰণ কৰি ইণ্ডিয়া বুক অফ ৰেকৰ্ডত নিজৰ নাম অন্তৰ্ভুক্ত ~ সংবাদ প্ৰভাত

Wednesday, June 30, 2021

ঢকুৱাখনা ঘিলামৰাবাসীলৈ সুখবৰ : "ইণ্ডিয়া বুক অফ ৰেকৰ্ডত" জিলিকিল ঘিলামৰা স্বাধীন গগৈ : মাত্ৰ ৩০ চেকেণ্ডত ১৪৬ টা শব্দ উচ্চাৰণ কৰি ইণ্ডিয়া বুক অফ ৰেকৰ্ডত নিজৰ নাম অন্তৰ্ভুক্ত

 

 

ঢকুৱাখনা ঘিলামৰাবাসীলৈ সুখবৰ : "ইণ্ডিয়া বুক অফ ৰেকৰ্ডত" জিলিকিল ঘিলামৰা স্বাধীন গগৈ : মাত্ৰ ৩০ চেকেণ্ডত ১৪৬ টা শব্দ উচ্চাৰণ কৰি ইণ্ডিয়া বুক অফ ৰেকৰ্ডত নিজৰ নাম অন্তৰ্ভুক্ত

 

 পাপু বৰুৱা, ঢকুৱাখনা

 

ঘিলামৰা এজন মেধাৱী ছাত্ৰৰ সৰুৰে পৰাই কিবা এটা কৰা অলেশ হেপাঁহ বুকুত বান্ধি আজি সেই আৰ্কষনেই পৰৱৰ্তী সময়ত তেওঁক লৈ সফলতাৰ উচ্চ শিখৰলৈ যুৱকজনৰ নাম স্বাধীন গগৈ লখিমপুৰ জিলা ঢকুৱাখনা মহকুমাৰ ঘিলামৰা লামু গাৱঁৰ বাসিন্দা নিৰঞ্জন গগৈ আৰু ৰেশাৰাণী গগৈৰ পুত্ৰ স্বাধীন গগৈয়ে কভিড মহামাৰী সময়খিনিত নিজৰ একান্ত প্ৰচেষ্টাত নিজৰ ঘৰতে থাকি নিজৰ মেধা শক্তিৰ ফলত মাত্ৰ ৩০ চেকেণ্ডত ১৪৬ টা শব্দ উচ্চাৰণ কৰি ইণ্ডিয়া বুক অফ ৰেকৰ্ডত নাম উজ্বলাই অসমৰ লগতে ঢকুৱাখনা মহকুমালৈ আশা বতৰা কঢ়িয়াই আনিছে ইপিনে ডিব্ৰুগড়ৰ ছল্টবুক একাডেমীৰ ছাত্ৰ স্বাধীন গগৈৰ আজি এনে সফলতাৰ পাছতে উফুল্লিত হৈ পৰিছে যুৱকজনৰ পৰিয়ালৰ লগতে গাওঁবাসী বিশেষকৈ আনন্দত আত্মহাৰা হৈ পৰিছে  যুৱকজনৰ পৰিয়াল, সকলোৱে স্বাধীন গগৈক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে আগন্তুক সময়ত আগবঢ়ি যাবলৈ উৎসাহ প্ৰদান কৰে

0 Comments:

Post a Comment