বটদ্ৰৱাৰ এগৰাকী যুৱক কেৰেলাত চিকিৎসাদিন পৰিয়ালৰ লোকে সহায় বিচাৰিছে অসম চৰকাৰৰ। ~ সংবাদ প্ৰভাত

Saturday, July 3, 2021

বটদ্ৰৱাৰ এগৰাকী যুৱক কেৰেলাত চিকিৎসাদিন পৰিয়ালৰ লোকে সহায় বিচাৰিছে অসম চৰকাৰৰ।


 বটদ্ৰৱাৰ এগৰাকী যুৱক কেৰেলাত চিকিৎসাদিন পৰিয়ালৰ লোকে সহায় বিচাৰিছে অসম চৰকাৰৰ।

   প্ৰতিবেদক: ইমামুল ইছলাম, বটদ্ৰৱা

নগাওঁ জিলাৰ বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত হাইডুবী গাৱৰ ছাদ্দাম হুছেইন নামৰ যুৱকজন কাম কৰিবলৈ ১৬ জুন তাৰিখে গৈছিল কেৰেলাত। দৰিদ্ৰ পৰিয়ালৰ জবান আলী আৰু ৰহিমা খাতুনৰ পুত্ৰ ছাদ্দাম হুছেইন পেটৰ তাড়নাত কেৰেলালৈ গৈ কামত যোগদিয়াৰ পূৰ্বেই অসুস্থ হয় জটিল ৰোগত। বৰ্তমান যুৱকজন কেৰেলাৰ মেডিকেল ট্ৰাষ্ট হস্পিতালত অস্ত্ৰোপচাৰ হৈছে। এতিয়া দৰিদ্ৰ পৰিয়ালটো বিল পৰিশোধ কৰিবলৈ অপাৰগ হৈ দৰিদ্ৰ পৰিয়ালটিয়ে চৰকাৰক অনুৰোধ জনাইছে লগতে বিচাৰিছে অসম চৰকাৰৰ হস্তক্ষেপ। ইয়াৰ উপৰি যদি কোনো হৃদয়বান ব্যক্তি বা সংঘঠনে সহায় কৰিব বিচাৰে ৯৯৫৭৪৪৭০১৫ নম্বৰত যোগাযোগ কৰিব পাৰিব ।

 

প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে খন শ্ৰেষ্ঠ সাধাৰণ জ্ঞান (G.K.) কিতাপ

অসমৰ শিৱা ৰাণী কলিতাৰ কানাডাত অনুষ্ঠিত অটাৱা চলচ্চিত্ৰ মহোৎসৱত( Ottawa Film Festival) শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ;

ছাঁতে শুকুৱা মুঠিতে লুকুৱা কাপোৰ সাজ  অসমৰ গৌৰৱ বিশ্বৰ বজাৰত সোণালী সূতা ৰেচমৰ

ভিটামিন বি কমপ্লেক্সৰ বিষয়ে জানিবলগীয়া প্ৰয়োজনীয় কেইটামান কথা ! ১০ বিধ ভিটামিন বি যুক্ত খাদ্য যিয়ে আপোনাক সদায় সুস্থ কৰি ৰাখিব 

ভিটামিন  কেপচুলৰ দ্বাৰা ছাল আৰু ছুলিৰ সৌন্দর্য বৃদ্ধি কৰিবলৈ জানিবলগীয়া কেইটামান কথা

0 Comments:

Post a Comment