ফিল'বাৰীত প্লাষ্টিক চাউল। ~ সংবাদ প্ৰভাত

Tuesday, July 6, 2021

ফিল'বাৰীত প্লাষ্টিক চাউল।

 

ফিল'বাৰীত প্লাষ্টিক চাউল।

 

  প্ৰতিবেদক:  মাৰ্ঘেৰিটা

 

বজাৰত খাদ্য সামগ্ৰী তীব্ৰ মুল্য বৃদ্ধি সময়তে গ্ৰাহকে দহো বন কাটি কৰি ভোগ নিবাৰনৰ বাবে চাউল ক্ৰয় কৰি আনিলেও সেয়া নিশ্চিত নহয় যে খোৱাৰ উপযোগী নে অনুপযোগী। এচাম কলা বেপাৰীয়ে বজাৰলৈ উলিয়াই দিছে প্লাষ্টিকৰ চাউল। সৌসিদিনালৈকে ৰঙা চীনে ভাৰতলৈ প্লাষ্টিকৰ চাউল এৰি দিয়াৰ বাতৰি মাৰ নৌযাওঁতেই অসম মুলুকৰ তিনিচুকীয়া জিলাৰ পেঙেৰী আৰক্ষী থানাৰ অন্তৰ্গত বিজুলীবন-নতুনমাইঠঙত এতিয়া দোকানত সহজ হৈ পৰিলে প্লাষ্টিকৰ চাউল। উল্লেখযোগ্য যে নতুন মাইঠঙৰ বাসিন্দা মহেন্দ্ৰ বৰুৱাৰ পৰিয়ালে স্থানীয় এখন দোকানৰ পৰা এক বস্তা চাউল ক্ৰয় কৰি আনি ভাত ৰান্ধিব লওতে ধৰা পৰে। ইফালে চাউলখিনি গৰম পানীত দিয়াৰ লগে লগে হৈ পৰে ভাত। দাৰিদ্ৰতাই কোঙা কৰা এই পৰিয়ালটোৱে ধৰা পেলোৱা এই প্লাষ্টিকৰ চাউলখিনি দৰাচলতে কৰ পৰা আহিল উচিত তদন্তৰ দাবী কৰিছে।

 

প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে 6 খন শ্ৰেষ্ঠ ..................................

অসমৰ শিৱা ৰাণী কলিতাৰ কানাডাত অনুষ্ঠিত অটাৱা চলচ্চিত্ৰ মহোৎসৱত……

ছাঁতে শুকুৱা মুঠিতে লুকুৱা কাপোৰ সাজ অসমৰ গৌৰৱ বিশ্বৰ বজাৰত ……..

ভিটামিন বি কমপ্লেক্সৰ বিষয়ে জানিবলগীয়া প্ৰয়োজনীয় .....................

ভিটামিন কেপচুলৰ দ্বাৰা ছাল আৰু ছুলিৰ সৌন্দর্য বৃদ্ধি কৰিবলৈ ..............

0 Comments:

Post a Comment